The 5-Second Trick For Assamese synonyms

Wiki Article

অনতিবিলম্বে, অবিলম্বে, এইমুহূৰ্ততে, এতিয়াই৷

অগ্নিকুমাৰ, অগ্নিভু, আম্বিকেয়, কাৰ্তিক, কাৰ্তিকেয়, কুমাৰ, কৃত্তিকাসুত, ক্ৰৌঞ্চাৰতি, গুহ, তাৰকাৰি, তাৰহা, দেৱসেনাপতি, নমুচি, বৰ্হিবাহন, বহুলেয়, বিশাখ, শক্তিপাণি, শক্তিধৰ, শৰজ, শৰজন্মা, শিখিধ্বজ, শিখিবাহন, ষড়ানন, ষাণ্মাতুৰ, সিদ্ধসেন, সুব্ৰহ্মণ্য, সৌৰসেন, স্কন্দ৷

অংহ্ৰিপ, অগচ্ছ, অটবী, উদ্ভিদ, উদ্ভেদ, উৰ্বীৰুহ, গছ, তৰু, তৰুবৰ, তৰুৰাজ, দ্ৰুম, দ্ৰুমৰাজ, নিৰ্মুট, পত্ৰী, পল্লৱী, পাদপ, পৰ্ণখণ্ড, বনস্পতি, বিটপী, বিৰিখ, বিৰুদ, বৃঅগচ্ছ, বৃক্ষ, ভূপদ, ভূৰুহ, মহাদ্ৰুম, মহীজাত, মহীৰুহ, শাখী, স্কন্ধী, ৰুক, ক্ষিতিৰুহ৷

অৱতংস, আকল্প, আভৰণ, আভূণ, কঞ্চুল, কলাপ, গহনা, বিভূষণ, বিভূষা, ভূষণ, ভূষা, মণ্ডন৷

অতুল, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ, শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

অচল, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷

   অসমীয়া সমাৰ্থক শব্দ/ প্ৰতি‍শব্দসমূহৰ সংগ্ৰহ তলত দিয়া হৈছে‍৷ আপুনি চাব বিচৰা শব্দটোৰ প্ৰথম আখৰটো (শব্দটো যিটো আখৰেৰে‍ আৰম্ভ হৈছে, সেইটো আখৰ) তলৰ তালিকাখনৰ পৰা নিৰ্বাচন কৰি সহজে আপুনি বিচৰা শব্দটো উলিয়াব পাৰিব৷

অজ, অতনু, অনন্যজ, অনংগ, ইষ্ম, কঞ্জন, কন্দৰ্প, কন্দৰ্পদেৱ, কাম, কামদেৱ, কিংকিৰ, কুসুমকাৰ্মুক, কুসুমধনু, কুসুমায়ুধ, দৰ্পক, দীপক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদীপ, মন্মথ, মনোজ, মনোভৱ, মনোভূ, মাৰ, মীনকেতন, মীনধ্বজ, ৰতিকান্ত, ৰতিপতি, ৰতীশ, ৰম, ৰমণ, ৰুদ্ৰাৰি, শম্বৰাৰি, স্মৰ৷

পুষ্পৱতী, মলিনী, ৰজস্বলা, সৰজাঃ, সৰজস্কা৷

অকল্যাণ, অনিষ্ট, অন্যায়, অভিচাৰ, অহিত, ক্ষতি৷

অগ্নিচিৎ, অগ্নিহোত্ৰী, অগ্নিৰক্ষক, অগ্নীধ, অগ্ন্যাহিত, অধ্বৰ্যু, অবিন, আহিতাগ্নি, ঋত্বিক, বাজপেয়ী, যজি, যজ্ঞকৰ্তা, যজ্ঞকৃৎ, যাজ্ঞিক, সাগ্নিক, স্বাহাকৃৎ, হোমক, হোমকাৰী, হোমকৰ্তা, হোম্য, হোতা, হোত্ৰী, হোমী, হৌম্য৷

অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্বী, পৃথিৱী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, website ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা৷ সংসাৰ, সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷ দুনিয়া৷ মৰত৷

আমঠু, কলডিল, ৰক্তাশয়, হিয়া, হিয়াজালী, হৃদযন্ত্ৰ, হৃদয়, হৃৎপিণ্ড৷

Report this wiki page